Ghoroloike Jaam
Similar songs
Criminal
D VIBE$03:06
Xekh Khyonor Xongeet
Zin03:30
Bhobar Dore
Pranamika Bordoloi05:31
Rakhe Hari Mare Kune
Deep J. Deka03:28
Tumi Jen Upohar
D VIBE$03:25
Aai Loi Pronam
Chinmoy New Breed04:11
Din Ahe
Mark Pol05:09
TAIR HAHI TI
Wild Shooter,Austin AK02:54
Huna Na
D VIBE$03:16
XOMAJORE BYADHI
Jyotirmoy Bhagabati03:27
Similar Songs
Criminal
D VIBE$
Xekh Khyonor Xongeet
Zin
Bhobar Dore
Pranamika Bordoloi
Rakhe Hari Mare Kune
Deep J. Deka
Tumi Jen Upohar
D VIBE$
Aai Loi Pronam
Chinmoy New Breed
Din Ahe
Mark Pol
TAIR HAHI TI
Wild Shooter,Austin AK
Huna Na
D VIBE$
XOMAJORE BYADHI
Jyotirmoy Bhagabati
About song
Album: Upohar
Genre :Hip Hop
2 Plays
Music: Skosound
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
তুমি আহিলে (Ou)
Yeah, yeah
তুমি আহিলে মই ঘৰলৈকে যাম (মইযে যাম)
ঘৰত গলে মইযে তোমাকেইতো পাম (তোমাক পাম)
ঘৰখন তোমাৰ অবিহনে ঘৰ নেলাগে (ঘৰ নেলাগে)
তুমি দূৰত থাকিলে ভাল নেলাগে (ভাল নেলাগে)
তুমি আহিলে মই ঘৰলৈকে যাম (মইযে যাম)
ঘৰত গলে মইযে তোমাকেইতো পাম (মইযে পাম)
ঘৰখন তোমাৰ অবিহনে ঘৰ নেলাগে (ঘৰ নেলাগে)
তুমি দূৰত থাকিলে ভাল নেলাগে (ভাল নেলাগে)
তুমি আছা মাথোঁ হৃদয়তে মোৰ ৰৈ সদায়েই (সদায়েই)
হৈ যোৱা তুমি মোৰ চায়া আজি (Oww)
মনে মনে (মনে মনে), প্ৰতিপলে (প্রতিপলে)
তোমাৰেই হাহিতে কিনো যাদু আছে থমকি পৰো দেখা পালেই
সময়ে কৈ আছে অকণমান ৰখিবি ধৈর্য্য একেলগে
মনৰে মাজতে কথাবোৰ ৰাখিলে হেৰাব একোৱেই নেলাগে
আশাবোৰ নকৰিলে চাগে হৃদয়ে একোৱেই নেপাই কষ্টযে (Yeah)
চাৰি দিন হৈ গল লগ মই পোৱানাই তোমাকে (তোমাকে)
উশাহ মোৰ থমকি পৰিছিল পাহাৰৰ মাজতে (মাজতে)
গোলাপ ফুল দিবলে গৈছিলো মনে মোক কৈছিলে (মনে মোক কৈছিলে)
লগ মই নাপালোঁ কাৰণ মা এ খং কৰিছে (কৰিছে)
মাক মই কৈ দিলোঁ sorry (Sorry), মা এ মোক পালেযে বেয়া (বেয়া)
মই কলোঁ মই তোমৰেই লৰা (লৰা), কিয় ইমান বেয়া পোৱা (কোৱা)
মোৰ চকুতে পানীবোৰ আনি (আনি),ভালপোৱানে মোক কোৱা (কোৱা)
শুনিব মন আছে মোৰ (মোৰ), যে তোমাৰেই পৰা
মোৰ গা হৈ আছিলে বেয়া, হাৰ কেতিয়াও নাই মনা
লগ পাম বুলি সেই আশাতে, মই নেওছি গৈ আছোঁ ৰাস্তাত
মাজে মাজে মোৰ চকুতে আহি পৰিছেযে অন্ধকাৰ
তথাপিও মই ৰখা নাই, গৈ আছোঁ ভাগৰি পৰা নাই
Yeah
তুমি আহিলে মই ঘৰলৈকে যাম (মইযে যাম)
ঘৰত গলে মইযে তোমাকেইতো (মইযে তোমাকেইতো পাম)
Yeah
তুমি আহিলে মই ঘৰলৈকে যাম (মইযে যাম)
ঘৰত গলে মইযে তোমাকেইতো পাম (মইযে পাম)
ঘৰখন তোমাৰ অবিহনে ঘৰ নেলাগে (ঘৰ নেলাগে)
তুমি দূৰত থাকিলে ভাল নেলাগে (ভাল নেলাগে)
তুমি আহিলে মই ঘৰলৈকে যাম (মইযে যাম)
ঘৰত গলে মইযে তোমাকেইতো পাম (মইযে পাম)
ঘৰখন তোমাৰ অবিহনে ঘৰ নেলাগে (ঘৰ নেলাগে)
তুমি দূৰত থাকিলে ভাল নেলাগে (নেলাগে)